আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্যালয়ত বিধায়িনী দলৰ বৈঠক
বৈঠকৰ অন্তত সংবাদমেল সম্বোধন
বিধায়ক অতুল বৰাক অগপৰ বিধায়িনী দলৰ দলপতিৰ দায়িত্ব
বিধায়ক কেশৱ মহন্তক উপ দলপতিৰ দায়িত্ব অৰ্পণ
বিধায়ক ড০ তপন দাসক বিধায়িনী দলৰ সচিবৰ দায়িত্ব
বিধায়ক ধৰ্মেশ্বৰ ৰয়ক মুখ্য সচেতকৰ দায়িত্ব অৰ্পণ
বৈঠকৰ অন্তত ঘোষণা অতুল বৰাৰ