বন্ধুৰ চুৰিকাঘাতত গুৰুতৰভাৱে আহত এজন

জুবিন ক্ষেত্ৰৰ সমীপত চাঞ্চল্যকৰ ঘটনা

বন্ধুৰ চুৰিকাঘাতত গুৰুতৰভাৱে আহত এজন

ঘটনাটো সংঘটিত কৰা যুৱকজন মৰিগাঁৱৰ ৰাজু মেধি

আক্ৰমণত গুৰুতৰভাৱে আহত শিৱসাগৰৰ ভাস্কৰজ্যোতি চাবুকধৰা

পার্টী কৰি থকা মাজতে সংঘটিত হয় এই ঘটনা

ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত সোণাপুৰ আৰক্ষীৰ

Leave a Reply

Your email address will not be published. Required fields are marked *