পৰ্যটকক আদৰিবলৈ সাজু হয় সৌন্দৰ্যৰাণী বগামাটি

প্ৰতিবছৰে শীতৰ আগমনৰ লগে লগে ন ৰূপে পৰ্যটকক আদৰিবলৈ সাজু হয় সৌন্দৰ্যৰাণী বগামাটি।

ভাৰত-ভূটান সীমান্তৰ তামুলপুৰ আৰু ওদালগুৰি জিলাৰ মাজমজিয়াত অৱস্থিত পৰ্যটনস্থলী বগামাটি পুনৰ সাজু হৈ উঠিছে পৰ্যটকক ন ৰূপে আদৰিবলৈ।

শীতৰ আগমনৰ লগে লগে যেন বগামাটিৰ প্ৰকৃতিয়েও হাত বাউল দি মাতিছে পৰ্যটকক। বগামাটি বনভোজস্থলীৰ উপৰিও দুঃসাহসিক ক্ৰীড়াস্থলী ৰূপেও জনাজাত।

Leave a Reply

Your email address will not be published. Required fields are marked *