পুনৰ গৰজিল অসম আৰক্ষীৰ বন্দুক

পুনৰ গৰজিল অসম আৰক্ষীৰ বন্দুক।

যোগীঘোপাত নিশা দুৰ্ধৰ্ষ ডকাইতলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী।

আৰক্ষীৰ গুলীত আহত কৃষ্ণাইৰ দুৰ্ধৰ্ষ ডকাইত বৰাত আলী।

এন্ধাৰৰ সুযোগ লৈ কনিষ্টবলক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰে ডকাইতোৱে।

আৰক্ষীয়ে ডকাইতক আটক কৰিবলৈ চেষ্টা কৰে যদিও অৱশেষত ডকাইতলৈ লক্ষ্য কৰি তিনি ৰাউণ্ড গুলী কৰে আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *