নগাঁও সদৰ আঞ্চলিক বন বিভাগৰ বনকৰ্মীক আগুছি ধৰিলে নগাঁৱৰ জলাহ গাঁৱৰ ৰাইজে

নগাঁও সদৰ আঞ্চলিক বন বিভাগৰ বনকৰ্মীক আগুছি ধৰিলে নগাঁৱৰ জলাহ গাঁৱৰ ৰাইজে।

নগাঁৱৰ জলাহ গাঁৱত পুৱাই বন্যহস্তীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল ৩জন‌ ব্যক্তি। ঘটনা সন্দৰ্ভত বন বিভাগক জনোৱাৰ পাছতে বহু পলমকৈ ঘটনাস্থলীত উপস্থিত হৈছিল বন‌ বিভাগৰ লোক।

বনবিভাগৰ এনে কামৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে স্থানীয় ৰাইজে। 

বন বিভাগৰ সন্মুখতেই বিভাগৰ বিৰুদ্ধে স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। 

Leave a Reply

Your email address will not be published. Required fields are marked *