ধুবুৰীত অব্যাহত আছে গৰু চোৰৰ সন্ত্ৰাস
পুৱতি নিশা আইৰণজংলা তৃতীয় খণ্ডত আৰক্ষীয়ে চলাইছিল অভিযান
অভিযানত গৰুসহ আটক চাৰিটা চোৰ
আটকাধীন চোৰকেইটা সমেৰ আলী, ৰাজব আলী, মফিজুল মণ্ডল আৰু নুৰ হক মণ্ডল বুলি জানিব পৰা গৈছে
গৰু চোৰ কেইটাৰ পৰা জব্দ দুটা গো-ধনসহ চোকা অস্ত্ৰ
নাৱেৰে গো-ধন সৰবৰাহৰ চেষ্টা চলাওতে আটক কৰে গৰু চোৰকেইটা
নিশা অঞ্চলটোৰ পৰা চুৰি হৈছিল এহাল গৰু
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে খবৰ পাই ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।