ৰাজ্যৰ বিধানসভা নিৰ্বাচন দিন চুম চাপি অহাৰ লগে লগে সকলোবোৰ ৰাজনৈতিক দলে প্ৰচাৰাভিযান তীব্ৰতৰ কৰি তুলিছে ৷
আসন্ন অসম বিধানসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ প্ৰচাৰ চলোৱাৰ উদ্দেশ্য শনিবাৰে অসমত উপস্থিত হয় ৷
অসমত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। মধ্য গুৱাহাটী সমষ্টিত চলাই নিৰ্বাচনী প্ৰচাৰ।
ঢেকীয়াজুলিত বিশাল জনসভা সম্বোধন কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ৷
ঢেকীয়াজুলিৰ বিজেপি প্ৰাৰ্থী অশোক সিংহলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৷
ঢেকীয়াজুলি টি ইষ্টেট ফুটবল খেলপথাৰত নিৰ্বাচনী প্ৰচাৰ সভা সম্বোধন কৰে ৷