জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ।
ফাষ্টট্রেক আদালতে নাকচ কৰিলে শ্যামকানু মহন্তৰ জামিন আবেদন।
দুদিনীয়া শুনানিৰ অন্তত ৰায় সংৰক্ষিত ৰাখিছিল আদালতে।
আজি চূড়ান্ত ৰায়দান কৰে ফাষ্টট্ৰেক আদালতে।
লগতে শ্যামকানু মহন্তৰ জব্দকৃত সামগ্ৰী মোকলাই দিবলৈ আদালতত কৰা আবেদনো খাৰিজ কৰে আদালতে।
আদালতত আবেদন জনাইছিল শ্যামকানু মহন্তৰ অধিবক্তাই।
১১ এপ্ৰিলত শ্যামকানু মহন্তই কৰিছিল জামিন আবেদন।
শ্যামকানুৰ হৈ জামিন আবেদন দাখিল কৰিছিল অধিবক্তাই।