জব্দ ১৪টাকৈ চুৰি গেছ চিলিণ্ডাৰ;আটক এজনক

চুৰি গেছ চিলিণ্ডাৰৰ বিৰুদ্ধে অভিযান চামগুৰি আৰক্ষীৰ।

চামগুৰিৰ পেনাইত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে ১৪টাকৈ চুৰি গেছ চিলিণ্ডাৰসহ এজনক।

আটকাধীন ব্যক্তি গৰাকীৰ নাম গুলজাৰ হুছেইন বুলি জানিব পৰা গৈছে।

আটকাধীন ব্যক্তিগৰাকীক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে চামগুৰি আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *