ছিপাঝাৰত বিলাতী সুৰাৰ দোকান বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ আছু

ছিপাঝাৰৰ দুনীত তীব্ৰ উত্তেজনা।

বিলাতী সুৰাৰ দোকান স্থাপনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ আছুকে ধৰি প্ৰায় ১০ টা বিভিন্ন দল-সংগঠনৰ।।

মঙলদৈ-ৰঙিয়া অসম মালা পথ অৱৰোধ কৰি প্ৰতিবাদ উত্তেজিত প্ৰতিবাদকাৰীৰ ।

দুনী আঞ্চলিক উন্নয়ন সমিতিৰ উদ্যোগত প্ৰায় ১০ টা দল-সংগঠন আৰু স্থানীয় ৰাইজে সুৰাৰ দোকান বন্ধ নকৰাৰ প্ৰতিবাদত উত্তাল কৰি তোলে ৷

প্ৰতিবাদত অসমমালা পথ প্ৰায় দুই ঘন্টা ধৰি বন্ধ হৈ পৰে৷

ঘটনাস্থলীত উপস্থিত পাথৰিঘাট ৰাজহ চক্ৰ বিষয়া ৷

মুকলি কৰা বিলাতী সুৰাৰ দোকানখনৰ অনুজ্ঞাপত্ৰৰ নথি পত্ৰ তদন্ত কৰি বন্ধ কৰিবলৈ জিলা আয়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে পাথৰিঘাট ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে ৷ 

Leave a Reply

Your email address will not be published. Required fields are marked *