চোৰৰ তাণ্ডৱ!মোবাইল বিপনীৰ পৰা ৩০ লাখ টকাৰ মোবাইল চুৰি

মহানগৰীৰ মালিগাঁৱত পুনৰ চুৰিকাণ্ড।

মালিগাঁও ভৰালী কমপ্লেক্সত চোৰে চলালে চাফাই অভিযান।

ডাক্স কমিউনিকেচন নামৰ মোবাইল বিপনীখনত চোৰে চলাই লুটপাত।

প্ৰায় ৩০ লাখ টকাৰ মোবাইল চুৰি কৰিলে চোৰে।

অন্যান্য মোবাইলৰ লগতে কেইবাটাও এপেলৰ আইফোনো চুৰি।

লগতে বিপনীখনত থকা দুটাকৈ CCTV কেমেৰাও ভাগি চুৰমাৰ কৰি থৈ যায় চোৰে।

ঘটনা সম্পৰ্কে বিপনীখনৰ মালিক পুলকেশ ভৰালীৰ এজাহাৰ।

ঘটনাস্থলীত জালুকবাৰী আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ।

Leave a Reply

Your email address will not be published. Required fields are marked *