ঘাতক ঘনকান্তৰ ৭ দিনীয়া আৰক্ষীৰ জিম্মাৰ ম্যাদ অন্ত

ঘাতক ঘনকান্তৰ ৭ দিনীয়া আৰক্ষীৰ জিম্মাৰ ম্যাদ অন্ত।


আজি পুনৰ আদালতত হাজিৰ কৰোৱা হ’ব ঘনকান্তক।


পুনৰ আৰক্ষীয়ে নিজৰ জিম্মাত বিচৰাৰ সম্ভাৱনা।


সোমবাৰে সম্পন্ন হৈছিল হত্যাকাণ্ডৰ ক্ৰাইম ছীন ৰিক্ৰিয়েশ্যন।

Leave a Reply

Your email address will not be published. Required fields are marked *