গল্পকাৰ ড০ নমিতা বৈশ্যলৈ ২০২৫ বৰ্ষৰ ড০ ভবেন্দ্ৰ নাথ শইকীয়া বঁটা

গল্পকাৰ ড০ নমিতা বৈশ্যলৈ ২০২৫ বৰ্ষৰ ড০ ভবেন্দ্ৰ নাথ শইকীয়া বঁটা। এই বটাঁ আৰোহণৰ তৰফৰ পৰা প্ৰদান কৰিব।

উল্লেখ্য যে, অহা ২০ ফেব্ৰুৱাৰীত ড০ ভবেন্দ্ৰ নাথ শইকীয়াৰ ওপজা দিন। তেখেতৰ ওপজা দিনটোতে ড০ নমিতা বৈশ্যক কলাক্ষেত্ৰত প্ৰদান কৰা হ’ব এই বঁটা।

ড০ নমিতা বৈশ্য অসমৰ এগৰাকী আয়ুৰ্বেদ চিকিৎসক গৱেষক, ঔপন্যাসিক, গল্পকাৰ।

হালধীয়া ঘেঁহুৰ পথাৰ আৰু এজাক কাউৰী, ছাঁ আৰু কিছু অন্যান্য গল্প, হেৰাই যোৱাৰ গল্প আদি হৈছে তেওঁৰ কিছু সাহিত্যকৰ্ম।

Leave a Reply

Your email address will not be published. Required fields are marked *