কাজিগাঁও আৰক্ষীৰ জালত কুখ্যাত গো-মাফিয়া নুৰ আলম শ্বেইখ

পৰ্বতঝোৰাৰ কাজিগাঁও আৰক্ষীৰ জালত কুখ্যাত গো-মাফিয়া

গো-মাফিয়াটোৰ নাম নুৰ আলম শ্বেইখ

বহুদিনৰ পৰা আত্ম-গোপন কৰি আছিল গো-মাফিয়াটোৱে

কোকৰাঝাৰৰ পৰা আটক কৰে গো-মাফিয়াটোক

দীৰ্ঘদিনৰ পৰা চোৰাং গৰু সৰবৰাহৰ লগত জড়িত আছিল গো-মাফিয়াটো

Leave a Reply

Your email address will not be published. Required fields are marked *