আজিও সকাহ নাপালে জুবিন গাৰ্গৰ দুই দেহৰক্ষীয়ে

জামিন নাপালে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ২ দেহৰক্ষীয়ে

২৩ জুলাইত পুনৰ শুনানি গ্ৰহণ কৰিব আদালতে

পৰেশ বৈশ্য, নন্দেশ্বৰ বৰাৰ অধিবক্তাই আদালতৰ পৰা সময় বিচাৰিলে

আয় বহির্ভূত সম্পত্তিৰ গোচৰ সন্দৰ্ভত আছিল জামিনৰ শুনানি।

ইফালে ন্যায়ালয়ত সকাহ নাপালে সিদ্ধাৰ্থ শৰ্মাই

পৰবৰ্তী শুনানি সম্পন্ন হ’ব ২৪ জুলাইত

জব্দকৃত বেংক একাউণ্ট খুলি দিয়া সন্দৰ্ভতো ২৪ জুলাইত ধাৰ্য শুনানিৰ দিন

Leave a Reply

Your email address will not be published. Required fields are marked *