অমৃতপ্ৰভা মহন্তক লাগে দেহৰক্ষী

অমৃতপ্ৰভা মহন্তক লাগে দেহৰক্ষী।

ফাষ্টট্রেক আদালতত PSO বিচাৰি আবেদন অমৃতপ্ৰভাৰ অধিবক্তাৰ।

কিন্তু আদালতে নাকচ কৰে PSO দিয়া বিষয়টো।

নিজৰ সুৰক্ষা নিজে ল’ব লাগিব বুলি উল্লেখ ফাষ্টট্রেক আদালতৰ।

গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিনৰ ৰায়তে লিখিছিল অভিযুক্তই নিজৰ সুৰক্ষা নিজে ল’ব লাগিব।

দৈনিক শুনানিৰ সময়ত সো-শৰীৰে হাজিৰৰো নিৰ্দেশনা আদালতৰ

Leave a Reply

Your email address will not be published. Required fields are marked *