ৰাষ্ট্ৰীয় ঘাইপথত টোল ব্যৱস্থা অধিক সহজ আৰু সুচল কৰিব

সংসদৰ শীতকালীন অধিৱেশনত আজি ৰাজ্যসভাত প্ৰশ্নোত্তৰ কালত Multi-Lane Free Flow আৰু ডিজিটেল ঘাইপথ ব্যৱস্থাপনা সন্দৰ্ভত কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নিতীন গাডকাৰীয়ে উত্তৰ প্ৰদান কৰে।

অত্যাধুনিক Multi-Lane Free Flow ব্যৱস্থাই ৰাষ্ট্ৰীয় ঘাইপথত টোল ব্যৱস্থা অধিক সহজ আৰু সুচল কৰিব বুলি প্ৰকাশ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *