For Truth and Transparency
চৰকাৰী কৰ্মচাৰীৰ ঘৰত CM ভিজিলেঞ্চৰ অভিযান
ৰাজ্যিক পেঞ্চন সঞ্চালকালয়ৰ কৰ্মচাৰী জেনিফাৰ আহমেদৰ ৰঙিয়া-হাতীগাঁৱৰ ঘৰত অভিযান
৫০০ টকা ঘোচ লৈ গ্ৰেপ্তাৰ হৈছিল জেনিফাৰ আহমেদ
জেনিফাৰ বিৰুদ্ধে আছে আয় বহির্ভূত সম্পত্তিৰ গোচৰ
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.