ৰাজ্যত শীতৰ প্ৰকোপ বৃদ্ধি;প্ৰচণ্ড শীতৰ বাবে ৩১ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ কামৰূপ (মেট্ৰ’)ৰ সকলো বিদ্যালয় বন্ধৰ ঘোষণা

ৰাজ্যত শীতৰ প্ৰকোপ বৃদ্ধি। বিগত তিনি দিন ধৰি ৰাজ্যত ঘন কুঁৱলীৰ আচ্ছাদনৰ লগতে বৃদ্ধি পাইছে শীতৰ প্ৰকোপ। শীতৰ প্ৰকোপৰ বাবে বিদ্যালয় বন্ধ ঘোষণা। ৩১ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ কামৰূপ (মেট্ৰ’)ৰ সকলো বিদ্যালয় বন্ধৰ ঘোষণা।

উল্লেখ্য যে, এই বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ কামৰূপ মেট্ৰ’ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ। লগতে জাৰি কৰিছে বিশেষ নিৰ্দেশনা। আনহাতে সকলো চৰকাৰী বিদ্যালয় ব্যক্তিগত বিদ্যালয়সমূহক নিজাববীয়াকৈ সিদ্ধান্ত ল’বলৈও আহ্বান জনোৱা পৰিলক্ষিত হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *