২৪ ডিচেস্বৰৰ পৰা খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আৰম্ভ হ’ব অসম গ্ৰন্থমেলা

২৪ ডিচেস্বৰৰ পৰা খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আৰম্ভ হ’ব অসম গ্ৰন্থমেলা।

অসম প্ৰকাশন পৰিষদ, সদৌ অসম পুথি প্ৰকাশন আৰু বিক্ৰীতা সন্থা উদ্যোগত অনুষ্ঠিত হ’ব অসম গ্ৰন্থমেলা ৷

১৪ দিনীয়াকৈ অনুষ্ঠিত হ’ব লগা গ্ৰন্থমেলা সামৰণি পৰিব ৬ জানুৱাৰীত ৷

শুভ উদ্ভধনী কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে৷

আজি খেলপথাৰত লাইখুটা স্থাপন কৰা হয়৷

লাইখুটা স্থাপন কৰে আৰক্ষী আযুক্ত পার্থ সাৰধি মহন্তই৷

গ্ৰন্থ মেলাত বিশেষ অতিথি হিচাপে উপস্থিত থাকিৱ বিশিষ্ট বিশিষ্ট সাহিত্যিক আমিছ তৃপাঠী ৷

লগতে দেশৰ কেইবাগৰাকী বিশিষ্ট শিক্ষাবিদ উপস্থিত থাকিব ৷

দিল্লী আৰু কলকতাৰ পৰা আহিব প্ৰকাশন গোষ্ঠী ৷

এতিয়ালৈ ১২০ খন বিপনী যোগাযোগ কৰিছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *