হিমাশ্ৰী বড়োৰ ৰহস্যজনক মৃত্যু

হিমাশ্ৰী বড়োৰ ৰহস্যজনক মৃত্যু

বিশাখাপট্টনমৰ ইভেন্ট মেনেজাৰৰ বিৰুদ্ধে এজাহাৰ

দিছপুৰ থানাত এজাহাৰ কৰিঅ’গ্ৰাফাৰ এছ’চিয়েছনৰ

গোবিন্দ নামৰ ইভেন্ট মেনেজাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

দক্ষিণ ভাৰতলৈ নি অসমৰ শিল্পীক মাননি নিদিয়াৰ অভিযোগ

গোবিন্দই বহু যুৱতীক শাৰীৰিক অত্যাচাৰ কৰাৰো অভিযোগ

হিমাশ্ৰীৰ দলটোত আছিল মুঠ ১০গৰাকী শিল্পী

হিমাশ্রীক কিয় অকলে পঠিয়াই দিলে তাক লৈ প্রশ্ন

Leave a Reply

Your email address will not be published. Required fields are marked *