হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময় সূচী ঘোষণা
২৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব HSLC পৰীক্ষা
১৬ মাৰ্চত শেষ হ’ব মেট্ৰিক পৰীক্ষা
পুৱা ৯ বজাৰ পৰা ১১ বজা আৰু ১:৩০ বজাৰ পৰা ৩:৩০ বজালৈ চলিব পৰীক্ষা
বৃহস্পতিবাৰে পৰীক্ষাৰ সময়সূচী ঘোষণা কৰিলে ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে