হাইলাকান্দিৰ বেৰাখাল নৈৰ দলং খহি পৰা ঘটনাত ৩ অভিযন্তাক নিলম্বন
হাইলাকান্দিৰ লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা শুভেন্দু দাসক নিলম্বন
নিলম্বন কৰা হ’ল সহকাৰী কাৰ্যবাহী অভিযন্তা বাবু বৰভূঞাক
কনিষ্ঠ অভিযন্তা আমিৰ হুছেইনকো নিলম্বন
৭ অক্টোবৰত নিৰ্মাণৰত অবস্থাত খহি পৰিছিল দলংখন
৩ কোটি ৬০ লাখ টকা আৱণ্টন হৈছিল দলংখন নিৰ্মাণৰ বাবে