শিৱসাগৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিছবি অংকন চিত্ৰশিল্পী মাৰ্শ্বেল বৰুৱাৰ

বহু প্ৰত্যাহ্বান পাছতো শিৱসাগৰত অংকন কৰিলে চিত্ৰশিল্পী মাৰ্শ্বেল বৰুৱাই।

শিৱসাগৰ নগৰৰ মাজমজিয়া দৰবাৰ ৰোড তিনি আলিত চিত্ৰ শিল্পী মাৰ্শ্বেল বৰুৱাই।

ফ্লাই অভাৰত ছবি আঁকিব মনা কৰিছে আমি এতিয়া প্ৰাইভেট ৱালত আঁকিম।সেইদিনাই ছবিখন সম্পূৰ্ণ কৰিব পৰা নাছিলোঁ সকলোৱে মোক ঠাট্টা কৰিছিল।জুবিন দা আধৰুৱা ছবিখন সম্পূৰ্ণ কৰিম।

গাঁৱৰ ল’ৰা ছোৱালী লগত ছবি অঁকা কথা পতা এইবোৰ কৰিম বুলি ভাবিছোঁ সকলোৱে যদি সহায় সহযোগিতা আগবঢ়াই নিশ্চয় কৰিম।

শিৱসাগৰ দৰবাৰ ৰোডৰ এখন ব্যক্তিগত লোকৰ দোকানৰ ৱালত অংকন কৰি এই মন্তব্য চিত্ৰ শিল্পী মাৰ্শ্বেল বৰুৱাই।

এই অংকন কৰা কামত লগ দিয়ে শিৱসাগৰ এজন সচেতন যুৱক চন্দ্বীপ গগৈ লগতে তেওঁ শিৱসাগৰ দৰবাৰ ৰোডৰ কেইজনমান সচেতন যুৱকৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *