মহানগৰীৰ হনুমান মন্দিৰত চুৰিকাণ্ড

নিশা মহানগৰীৰ তেতেলিয়াৰ হনুমান মন্দিৰত চুৰিকাণ্ড।

মন্দিৰৰ দানপাত্ৰ ভাঙি চোৰে চলালে লুটপাত।

মন্দিৰৰ বিভিন্ন সামগ্ৰী চুৰি কৰি নিয়াৰ অভিযোগ।

চিচিটিভি কেমেৰাত বন্দী চুৰিকাণ্ডৰ দৃশ্য।

চোৰৰ সমগ্ৰ কাৰ্যকলাপ বন্দী CCTV ফুটেজত।

Leave a Reply

Your email address will not be published. Required fields are marked *