মনিছালৰ গুটি খাই অসুস্থ ১৩টাকৈ শিশু

তিতাবৰৰ বৰচৈকটা চাহ বাগিচাত অঘটন। শুক্ৰবাৰে বিয়লি সংঘটিত হয় এক ভয়ংকৰ ঘটনা।

মনিছালৰ গুটি খাই বিষক্ৰিয়াত আক্ৰান্ত ১৩টাকৈ শিশু।

বাদাম বুলি বঙালী এৰা গছৰ গুটি খাইছিল শিশু কেইটাই। গুটি খোৱাৰ পাছতে অসুস্থ হৈ পৰে শিশুকেইটা লগে লগে যোৰহাট মেডিকেললৈ প্ৰেৰন কৰে।।

বৰ্তমান কিছু সুস্থ বুলি জানিবলৈ পৰা হৈছে শিশুকেইটা।

Leave a Reply

Your email address will not be published. Required fields are marked *