বশিষ্ঠ আৰক্ষীৰ জালত দুই কুখ্যাত চোৰ
ধুবুৰীৰ মাজুম আলী, ছয়গাঁৱৰ ছামান আলীক গ্ৰেপ্তাৰ
ধৃত দুয়োৰে পৰা জব্দ ৰূপৰ অলংকাৰৰ লগতে চুৰিকাৰ্যত ব্যৱহৃত সঁজুলি
২৬ এপ্ৰিলৰ নিশা বেলতলাত সংঘটিত কৰিছিল চুৰিকাৰ্য
এখন আ-অলংকাৰৰ দোকানত ২ কুখ্যাত চোৰে চলাইছিল লুটপাট
CCTV কেমেৰাত বন্দী হৈছিল চুৰিকাৰ্যৰ দৃশ্য
ইয়াৰ পূৰ্বেও মহানগৰীৰ বিভিন্ন স্থানত চুৰি কাৰ্যত জড়িত আছিল এই দুই চোৰ