ড্ৰাগছৰ বিৰুদ্ধে বিজনী আৰক্ষীৰ অভিযান।
গোপন খবৰৰ ভিত্তিত বিজনী আৰক্ষীয়ে নিশা অভিযান চলাই ৫ টা ড্ৰাগছ ভৰ্তি কন্টেনাৰসহ আটক কৰে দুই সৰবৰাহকাৰীক।জব্দকৃত ড্ৰাগছ খিনিৰ ওজন প্ৰায় ৮.৫৮ গ্ৰাম।বুলি জানিব পৰা গৈছে
আটকাধীন যুৱক দুজন মৃন্ময় দাস (২৬) আৰু নীলেশ সাহা (২১) বুলি জানিব পৰা গৈছে আটকাধীন যুৱক দুজনৰ।ঘৰ বিজনীৰ বল্লমগুৰি বাছ আস্থানৰ সমীপৱৰ্তী ১ নং ৱাৰ্ডত।
বিজনী আৰক্ষীয়ে আটক কৰি বিজনী আৰক্ষী থানালৈ লৈ আনে।যুৱক দুজনক