বিশ্বৰ সৈতে অসমৰ যোগাযোগৰ নতুন দিগন্ত মুকলি
ইউৰোপীয় ইউনিয়নৰ ভ্ৰমণ নিষেধাজ্ঞা প্রত্যাহাৰ
৪ আগষ্টৰ পৰা আৰম্ভ হ’ব নতুন বিমান সেৱা
এয়াৰ ইণ্ডিয়াই চলাব এই বিশেষ বিমানসমূহ
গুৱাহাটীৰ পৰা ডুবাই-আবুধাবিলৈ যাব বিমান
৪খন দেশৰ সৈতে সংযোজিত হ’ল গুৱাহাটী
UAE, থাইলেণ্ড আৰু ছিংগাপুৰলৈ চলিব বিমান
ভূটানৰ সৈতেও গঢ়ি উঠিল পোনপটীয়া বিমান সংযোগ
ভিয়েটনামলৈ পোনপটীয়া বিমান চলাচল লক্ষ্য চৰকাৰৰ
দক্ষিণ-পূব এছিয়া ডাঙৰ ট্রেনজিট হাব হ’ব অসম
অসমৰ পৰ্যটন খণ্ডৰ বাবে ই এক ডাঙৰ সুযোগ
সামাজিক মাধ্যমত এই কথা সদৰী মুখ্যমন্ত্ৰীৰ