বিদ্যালয়ত চোৰৰ সন্ত্ৰাস।
গুৱাহাটীৰ নাৰেংগীস্থিত কেন্দুগুৰী প্ৰাথমিক বিদ্যালয়ত চোৰৰ সন্ত্ৰাস।
বিদ্যালয়ৰ পৰা চোৰে লুটি নিলে ৪খন ফেন, খেলৰ সামগ্ৰী আৰু শিক্ষাৰ্থীৰ বহু প্ৰয়োজনীয় সামগ্ৰী।
শিক্ষক অভিযোগ কোঠাৰ ভিতৰতে চোৰে মদ সেৱন কৰি পেলাই থৈ যায় বটল।
ইয়াৰ পূৰ্বেও বিদ্যালয়খনত বহুবাৰ হৈছে চুৰিকাণ্ড।