প্ৰচণ্ড শীতৰ বাবে ধুবুৰী জিলৰ সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয় বন্ধ ঘোষণা

ৰাজ্যত শীতৰ প্ৰকোপ। ঘন কুঁৱলীয়ে আগুৰি ধৰিছে ৰাজ্য। শীতৰ তীব্ৰতা বৃদ্ধি পোৱাৰ লগে লগে যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছে ছাত্ৰ-ছাত্ৰীসকলে।

শীতজনিত পৰিস্থিতিত ছাত্ৰ-ছাত্ৰীসকলৰ স্বাস্থ্য সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ কেইবাখনো জিলাৰ শিক্ষানুষ্ঠান বন্ধ ঘোষণাৰ সিদ্ধান্ত ।

প্ৰচণ্ড শীতৰ বাবে ধুবুৰী জিলাৰ সকলো বিদ্যালয় বন্ধৰ নিৰ্দেশ জাৰি কৰা হৈছে। 

অহা  ৭ জানুৱাৰীৰ পৰা ১০ জানুৱাৰীলৈ বন্ধ থাকিব ধুবুৰী জিলৰ সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়।ধুবুৰী জিলা শিক্ষা বিভাগে জাৰী কৰিছে এই নিৰ্দেশনা। 

Leave a Reply

Your email address will not be published. Required fields are marked *