পুনৰ উৎকোচ লৈ হাত দাঙিলে চৰকাৰী শীৰ্ষ বিষয়াই

নাও বুৰিলেও টিঙৰ পৰা নানামে একাংশ চৰকাৰী কৰ্মচাৰীয়ে৷ বিগত দিনসমূহত ৰাজ্যজুৰি ইজনৰ পিচত সিজনকৈ চৰকাৰী কৰ্মচাৰী-বিষয়া উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰাৰ পিচতো এতিয়াও গা লৰা নাই একাংশৰ ৷

এইবাৰ পুনৰ উৎকোচ লৈ হাত দাঙিলে চৰকাৰী শীৰ্ষ বিষয়াই। লখিমপুৰত আঞ্চলিক বন বিষয়াক আটক দুৰ্নীতি নিবাৰক শাখাৰ।

চৰকাৰী আৱাসত ঘোচ লৈ থকা সময়তে আটক শিৱাশীষ শাণ্ডিল্য নামৰ চৰকাৰী শীৰ্ষ বিষয়াজন।

এজন ডাম্পাৰৰ মালিকৰ পৰা ১২,০০০ টকা ঘোচ লৈছিল বিষয়াজনে।

Leave a Reply

Your email address will not be published. Required fields are marked *