পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু।

পাহাৰৰ পৰা পৰি মৃত্যু হয় ৰামানুজ গোস্বামীৰ।

নিশা প্ৰায় ৩ বজাত GMCHলৈ গৈ থকা অৱস্থাত নৰকাসুৰ পাহাৰৰ ওপৰৰ পৰা পলায়নৰ চেষ্টা চলাইছিল ৰামানুজে।

আৰক্ষীক ঠেলি চলন্ত গাড়ীৰ পৰা জঁপিয়াইছিল ৰামানুজ গোস্বামীয়ে।

GMCHলৈ স্বাস্থ্য পৰীক্ষাৰ বাবে অনাৰ সময়তে এই ঘটনা

নৰকাসুৰ পাহাৰৰ মাজত পলায়নৰ চেষ্টা কৰিছিল ৰামানুজে।

পত্নীক নৃশংসভাৱে হত্যা কৰিছিল ৰামানুজে। হত্যা কৰি পত্নীৰ মূৰ ভৰাই থৈছিল ফ্ৰীজত।হত্যাকাণ্ডৰ দুদিন পিছত থানাত আত্মসমৰ্পণ কৰিছিল ৰামানুজে। তাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৰামানুজক। হাতীগাঁও আৰক্ষীৰ জিম্মাত আছিল ৰামানুজ। স্বাস্থ্য পৰীক্ষাৰ বাবে নিয়াৰ সময়তে নৰকাসুৰ পাহাৰৰ পৰা জঁপিয়াই পলায়নৰ চেষ্টা কৰে ৰামানুজে। আৰক্ষীৰ গাড়ীৰ পৰা জঁপিয়াই পলায়নৰ চেষ্টা কৰোতে পাহাৰৰ পৰা পৰি মৃত্যু হয় ৰামানুজৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *