নগাঁও শেনচোৱাত ৰে’লৰ খুন্দাত নিহত অচিনাক্ত মহিলা

নগাঁও শেনচোৱাত ৰে’লৰ খুন্দাত নিহত অচিনাক্ত মহিলা

হয়বৰগাঁও-গুৱাহাটী ডাউন ড্ৰেম’ ৰে’লখনৰ খুন্দাত মৃত্যু হয় মহিলাগৰাকীৰ

বৰ্তমানো পৰিচয় উদ্ধাৰ হোৱা নাই নিহত মহিলাগৰাকীৰ

ৰে’ল আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও মেডিকেল কলেজলৈ প্ৰেৰণ কৰে

Leave a Reply

Your email address will not be published. Required fields are marked *