দীপাৱলীৰ পূৰ্বে তেজপুৰত ফটকা আৰু আতচবাজীৰ ব্যৱসায়িক প্ৰতিষ্ঠানত আৰক্ষীৰ অভিযান

দীপাৱলীৰ পূৰ্বে তেজপুৰত ফটকা আৰু আতচবাজীৰ ব্যৱসায়িক প্ৰতিষ্ঠানত আৰক্ষীৰ অভিযান।

শোণিতপুৰ জিলা প্ৰশাসন আৰু আৰক্ষীৰ যুটীয়া অভিযান।

আৰক্ষীৰ যুটীয়া অভিযানত তেজপুৰ কৱৰখানা ৰোডত থকা মিনা এন্টাৰপ্ৰাইজ নামৰ ফটকা আতচবাজীৰ পাইকাৰী প্ৰতিষ্ঠানখনত অবৈধভাৱে মজুত ৰখা বৃহৎ পৰিমানৰ ফটকা জব্দ কৰে জিলা প্ৰশাসনে৷

বিপ্লৱ সাহা নামৰ ব্যৱসায়ীজনে দীপাৱলীৰ সামগ্ৰী মজুত ৰখা মুঠ তিনিটা কোঠাত প্ৰশাসনে অভিযান চলাই সামগ্ৰীসমূহ জব্দ কৰাৰ লগতে বিপ্লৱ সাহাৰ এই ব্যৱসায়ৰ নথি-পত্ৰসমূহ তন্ন তন্নকৈ পৰীক্ষা কৰে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *