গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰয়াত অধ্যাপক কুমুদ নাথ শৰ্মাৰ ৰচনাৱলী উন্মোচনী অনুষ্ঠান

গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰয়াত অধ্যাপক কুমুদ নাথ শৰ্মাৰ ৰচনাৱলী উন্মোচনী অনুষ্ঠান।

বিশ্ববিদ্যালয়ৰ আইন বিভাগ তথা প্ৰয়াত অধ্যাপক কুমুদ নাথ শৰ্মা স্মাৰক সমিতিৰ উদ্যোগত এই অনুষ্ঠান।

অধ্যাপক কুমুদ নাথ চন্দ্রৰ মৃত্যু বাৰ্ষিকী উপলক্ষ্যে এই গ্ৰন্থ উন্মোচন।

অনুষ্ঠানত অধ্যাপক কুমুদ নাথ শৰ্মাৰ দ্বিভাষিক ৰচনা সংকলন ‘কুমুদ নাথ শৰ্মা ৰচনাৱলী’ উন্মোচনী।

অনুষ্ঠানত উপস্থিত থাকে GUৰ উপাচার্য অধ্যাপক ননীগোপাল মহন্ত, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা।

লগতে উপস্থিত আইন বিভাগৰ মুৰব্বী অধ্যাপিকা ড° অপৰাজিতা বৰুৱা প্ৰমুখ্যে বহু বিশিষ্ট ব্যক্তি।

Leave a Reply

Your email address will not be published. Required fields are marked *