পাৰিবাৰিক সংঘাত ভয়ংকৰ পৰিণতি।
পাৰিবাৰিক সংঘাতৰ বাবে খুলশালীয়েকে ভিনিয়েকৰ গাত ঢালিলে এচিড।
মহানগৰীৰ লাল গণেশত নিশা সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা।
গিৰীয়েক ঘৈনিয়েকৰ কাজিয়াত খুলশালীয়েকে ভিনিয়েকৰ গাত এচিড ঢালি দিয়াৰ অভিযোগ।
তাৎক্ষণিক ভাৱে হায়াট হাস্পতালত লৈ যায় যদিও পৰৱৰ্তী সময়ত নিশাৰ ভিতৰতে GMCলৈ প্ৰেৰণ কৰে লোকজনক।
ঘটনা সন্দৰ্ভত ওদালবাক্ৰা আৰক্ষীয়ে আটক কৰে দুজনক ।
আটক কৰা দুজনৰ নাম ৰাহুল দাস (খুলশালি),পফিলা দাস (শাহুমা) বুলি জানিব পৰা গৈছে।