কাজিৰঙাৰ দুৰ্ঘটনাৰ পাছতে গোলাঘাটৰ একাধিক বিষয়াক তাৎক্ষণিকভাৱে নিলম্বন

কাজিৰঙাৰ দেশ কঁপোৱা দুৰ্ঘটনাৰ পিছতে এক্সন মুডত চৰকাৰ

কাজিৰঙাৰ ৰঙাজানৰ দুৰ্ঘটনাক লৈ কঠোৰ পৰিবহণ বিভাগ।

৬গৰাকী পৰিবহণ বিষয়াক নিলম্বন।

গোলাঘাটৰ ৬গৰাকী পৰিবহণ বিষয়াক তাত্ক্ষণিক নিলম্বন।

ইয়াৰে চাৰিগৰাকী এনফ’ৰ্চমেণ্ট চেকাৰ।

নিলম্বিত আন দুগৰাকী সহকাৰী এনফ’ৰ্চমেণ্ট চেকাৰ।

নিলম্বিত এনফ’ৰ্চমেণ্ট চেকাৰ টুটু দত্ত, সুদীপ্ত অনুৰাগ বৰা।

নিলম্বিত দুষ্যন্ত মাধৱ বৰুৱা আৰু বিশ্বজ্যোতি সন্দিকৈ।

নিলম্বিত সহঃ এনফ’ৰ্চমেণ্ট চেকাৰ ৰবীন গগৈ, ক্ষীৰোদ নেওগ।

Leave a Reply

Your email address will not be published. Required fields are marked *