উৎকোচ লৈ গ্রেপ্তাৰ হ’ল অসম সচিবালয়ৰ বিষয়া।

উৎকোচ লৈ গ্রেপ্তাৰ অসম সচিবালয়ৰ বিষয়া।

গড়চুক আৰক্ষীয়ে গ্রেপ্তাৰ কৰে দেৱলীনা পাটোৱাৰীক।

গৃহ আৰু নগৰ উন্নয়ন বিভাগৰ বিষয়া দেৱলীনা।

সুৰাৰ বিপণীৰ অনুজ্ঞাপত্র দিয়াৰ নামত ৩জন লোকৰ পৰা লৈছিল উৎকোচ।

৪৫ লাখ টকা উৎকোচ লোৱাৰ অভিযোগ দেৱলীনাৰ বিৰুদ্ধে।

মনীষ কুমাৰ শৰ্মা, কুলজিৎ‍ কুমাৰ দাস আৰু সুখ সেনৰ পৰা লৈছিল ধন।

Leave a Reply

Your email address will not be published. Required fields are marked *