উচ্ছেদৰ সন্দৰ্ভত ৰাজ্য চৰকাৰলৈ কঠোৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

উচ্ছেদৰ সন্দৰ্ভত ৰাজ্য চৰকাৰলৈ কঠোৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ


উচ্ছেদিতক পুনৰ সংস্থাপন কৰিব লাগিব ৰাজ্য চৰকাৰে


গোৱালপাৰা হাচিলা বিল, কামৰূপৰ বঙৰা, নগাঁৱৰ কচুৱাৰ উচ্ছেদিতলৈ পুনর্বাসন আৰু ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ


১৬ ডিচেম্বৰৰ ভিতৰত উচ্ছেদৰ সন্দৰ্ভত চৰকাৰে দাখিল কৰিব লাগিব শপতনামা


ন্যায়াধীশ দেৱাশীষ বৰুৱাৰ খণ্ড বিচাৰপীঠে নিৰ্দেশনা দিলে চৰকাৰক

Leave a Reply

Your email address will not be published. Required fields are marked *