ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনীক সোণালী সূতাৰ বস্ত্ৰ উপহাৰ প্ৰধানমন্ত্ৰী মোদীৰ

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণ। ৫দিনীয়া ভ্ৰমণসূচীৰে নেদাৰলেণ্ডছ, ছুইডেন, নৰৱে’ আৰু ইটালী ভ্ৰমণ প্ৰধানমন্ত্ৰী মোদীৰ।

ইটালী ভ্ৰমণৰ সময়ত মোদীয়ে ইটালীৰ প্ৰধানমন্ত্ৰী জিঅৰ্জিয়া মেলোনিক উপহাৰ হিচাপে প্ৰদান কৰে এযোৰ মুগা সাজৰ লগতে মুগা সাজৰ উপৰি মণিপুৰৰ টাংখুল নগা সম্প্ৰদায়ৰ সাংস্কৃতিক পৰিচয় বহন কৰা আৰু বিখ্যাত ‘শিৰুই লিলি’ ফুলৰ আৰ্হিত প্ৰস্তুত কৰা এটা বিশেষ ৰেচমৰ ষ্টোলো।

Leave a Reply

Your email address will not be published. Required fields are marked *