মহানগৰীত জালনোট সৰবৰাহকাৰীক এনকাউণ্টাৰ।
আৰক্ষীৰ এনকাউণ্টাৰত গুলীবিদ্ধ জালনোট সৰবৰাহকাৰী অজয় বিশ্বকৰ্মা।
জালনোট সৰবৰাহৰ সৈতে জড়িত আছিল অজয়।
কাংকান নগৰত পুৱতি নিশা সংঘটিত হৈছে এনকাউণ্টাৰ।
আৰক্ষীৰ বেহু ফালি পলায়নৰ চেষ্টা কৰোঁতে গুলীচালনা।
দুদিনপূৰ্বে ছয়মাইলত জালনোটসহ গ্ৰেপ্তাৰ হৈছিল অজয়।
গুলীবিদ্ধ অজয় বিশ্বকৰ্মাক ভৰ্তি কৰোৱা হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত।