মহানগৰীৰ সাতগাঁও আৰক্ষী থানাৰ আৰক্ষী বিষয়াক শাস্তিমূলক বদলি

মহানগৰীৰ সাতগাঁও আৰক্ষী থানাৰ আৰক্ষী বিষয়াক শাস্তিমূলক বদলি

আৰক্ষী বিষয়া জয়ন্ত ৰাজখোৱাক শাস্তিমূলক বদলি

DCP চেন্ট্রেললৈ শাস্তিমূলক বদলি জয়ন্ত ৰাজখোৱাক

আমান হাজৰিকা নামৰ এজন যুৱকক এনকাউণ্টাৰৰ ভাবুকি দিছিল জয়ন্ত ৰাজখোৱাই

ৰাজপথতে জয়ন্ত ৰাজখোৱাই প্রহাৰ কৰিছিল আমান হাজৰিকাক

২৯ মে’ত পাঞ্জাবাৰীত সংঘটিত হৈছিল এই ঘটনা

ঘটনাৰ পিছতে ৰাজখোৱাৰ বিৰুদ্ধে সাতগাঁও থানাত ৰুজু হৈছিল গোচৰ

Leave a Reply

Your email address will not be published. Required fields are marked *