ভয়ংকৰ ঘটনা; একেটা পৰিয়ালৰ ৪জনক চোকা অস্ত্ৰৰে আক্ৰমণ

গোলাঘাটৰ জামুগুৰিৰ নগুৰা গাঁৱত ভয়ংকৰ ঘটনা

একেটা পৰিয়ালৰ ৪জনক চোকা অস্ত্ৰৰে আক্ৰমণ দুৰ্বৃত্তৰ

ৰিতুপৰ্ণ হাজৰিকা নামৰ লোকজনৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগ

জানিব পৰা মতে, নামঘৰৰ ভাওনা সন্দৰ্ভত ৰিতুপৰ্ণৰ সৈতে মতানৈক্য হৈছিল বিতুল দত্ত, বিজন কৃষ্ণ দত্তৰ

মতানৈক্য পাছত খৰ্গহস্ত হৈ পৰিয়ালটোক আক্ৰমণ ৰিতুপৰ্ণৰ

আক্ৰমণত গুৰুতৰভাৱে আহত হয় বিতুল দত্ত, ইলামণি শইকীয়া, বিজন কৃষ্ণ দত্ত, কমলাক্ষী শইকীয়া

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আক্ৰমণকাৰী ৰিতুপৰ্ণ হাজৰিকাক

Leave a Reply

Your email address will not be published. Required fields are marked *