ধুবুৰীৰ ফকিৰগঞ্জৰ ছোটো নস্কৰাত বিধ্বংসী অগ্নিকাণ্ড।
এটা পৰিয়ালৰ গোহালিত অগ্নিকাণ্ড সংঘটিত।
ভয়ংকৰ অগ্নিকাণ্ডত দুটাকৈ গো-ধনৰ কৰুণ মৃত্যু।
গুৰুতৰভাৱে আহত হয় আন কেইবাটাও গো-ধন।
আব্দুল কুদ্দুছ মোল্লা নামৰ লোকজনৰ গোহালিত জুই।
স্থানীয় ৰাইজৰ তৎপৰাত নিৰ্বাপিত হয় জুই।
বৰ্তমানলৈ জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ।