বিধ্বংসী অগ্নিকাণ্ড;অগ্নিকাণ্ডত ভস্মীভূত গেলামালৰ দোকান

গোৱালপাৰাৰ আগিয়াৰ বালিজানাত বিধ্বংসী অগ্নিকাণ্ড।

অগ্নিকাণ্ডত ভস্মীভূত এখন গেলামালৰ দোকান।

বালিজানা বজাৰৰ প্ৰাঞ্জল দাস নামৰ ব্যৱসায়ীজনৰ দোকানত সংঘটিত হয় এই অগ্নিকাণ্ড।

জুইত জাহ যায় দোকানৰ সকলো সামগ্ৰী।

শ্বৰ্ট-চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ।প্ৰকাশ

অগ্নিনিৰ্বাপন বাহিনীয়ে আৰক্ষী আৰু স্থানীয় ৰাইজৰ সহযোগত জুই নুমুৱাবলৈ সক্ষম।

Leave a Reply

Your email address will not be published. Required fields are marked *