দুলীয়াজানৰ ডিৰিয়াল চাহ বাগিচাত বিধ্বংসী অগ্নিকাণ্ড
বাগিচাখনৰ ১ নম্বৰ গুলীমৰা অঞ্চলত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনাটো
অগ্নিকাণ্ডত অগ্নিদগ্ধ হৈ এগৰাকী বৃদ্ধা মহিলাৰ মৃত্যু
মৃত বৃদ্ধাগৰাকী আৰ্জিনা ওৰাং বুলি জানিব পৰা গৈছে
ইতিমধ্যে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ