বহিঃৰাজ্যত সন্ধানহীন ছিপাঝাৰৰ বুলেন ডেকা

পুনৰ বহিঃৰাজ্যত সন্ধানহীন অসমৰ যুৱক।

ছিপাঝাৰ কুমাৰপাৰাৰ বুলেন ডেকা নামৰ যুৱক নিৰুদ্দেশ বহিঃৰাজ্যত ৷

কৰ্মৰ সন্ধানত তিনি বন্ধুৰ সৈতে ট্ৰেনেৰে গৈ আছিল চেন্নাইৰ পৰা কইম্বটুৰলৈ ৷

কইম্বটুৰ পোৱাৰ পূৰ্বে ট্ৰেনৰ পৰা নিৰুদ্দেশ হয় যুৱকজন ৷

নিৰুদ্দেশ হোৱাৰ পিছত ট্ৰেইনৰ আসনত উদ্ধাৰ হয় বুলন ডেকাৰ মোবাইল ফোন আৰু যাবতীয় সামগ্ৰী থকা বেগ ৷

ইতিমধ্যে নিৰুদ্দেশ সন্দৰ্ভত পৰিয়ালৰ লোকে গুৱাহাটী আৰু চেন্নাই ৰেলৱে আৰক্ষীক দাখিল কৰিছে এজাহাৰ ৷

Leave a Reply

Your email address will not be published. Required fields are marked *