নলবাৰীৰ কটলাবৰকুছিত বনৰীয়া হাতীৰ সন্ত্ৰাস।

নলবাৰীৰ কটলাবৰকুছিত বনৰীয়া হাতীৰ সন্ত্ৰাস।

চাৰিটাকৈ বৃহৎ দঁতাল হাতীৰ জাকে লণ্ড-ভণ্ড কৰিলে বনমালী দাসৰ বাসগৃহ।

কথমপি প্ৰাণ ৰক্ষা পৰিয়ালটোৰ। প্ৰায় পোন্ধৰটাকৈ বনৰীয়া হাতীৰ উপস্থিতিত বিনিদ্ৰ ৰজনী পাগলাদিয়া নৈপৰীয়া ৰাইজ।

Leave a Reply

Your email address will not be published. Required fields are marked *