নগাঁৱত DPS ৰ প্ৰশাসকৰ গুণ্ডাগিৰি।
Blinkitৰ কৰ্মচাৰীক গুৰুলা গুৰুলকৈ প্ৰহাৰ।কৰাৰ অভিযোগ।
নগাঁৱৰ ৰাজপথত আঁঠু কাঢ়িবলৈ বাধ্য কৰালে ধীৰাজ বৰা নামৰ যুৱকজনক।
DPSৰ প্ৰশাসক অনোৱাৰ পাৰভেজৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ।
ঘটনাৰ সন্দৰ্ভত নগাঁও সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল Blinkitৰ কৰ্মচাৰীৰ।